UniqueAssamMedia
Home Videos E-Paper Contact Us About Us Newsletter Privacy Policy Terms & Conditions Advertise With Us
গুৱাহাটীত AIIMS ৰ নিৰ্মাণ কাম ৮০% সম্পূৰ্ণ, ২০২৭ত মুকলি হব
স্বাস্থ্য
10 April 2026 | 11.2K Views

গুৱাহাটীত AIIMS ৰ নিৰ্মাণ কাম ৮০% সম্পূৰ্ণ, ২০২৭ত মুকলি হব

গুৱাহাটী AIIMS ৰ নিৰ্মাণ কাম ৮০% সম্পূৰ্ণ হৈছে।

A

Admin

3 days ago Published

Share:

গুৱাহাটীৰ চানগছাৰিত নিৰ্মিত হৈ থকা AIIMS ৰ নিৰ্মাণ কাম ৮০% সম্পূৰ্ণ হৈছে। ২০২৭ চনৰ জানুৱাৰীত এই চিকিৎসালয় মুকলি হোৱাৰ সম্ভাৱনা আছে।

৭৫০ শয্যাৰ এই চিকিৎসালয়ত হৃদৰোগ, কেন্সাৰ, নিউৰোলজি আদি সকলো বিভাগ থাকিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীয়ে ইয়াৰ সুবিধা লাভ কৰিব।

Did you like this news? Share it with your friends!

Recommended For You

Comments

Leave a Comment

Your email will not be published.

No comments yet. Be the first to comment!